WATCH | BJP Leader : হজৰত মহম্মদক অপমান কৰাৰ ফল পালে বিজেপি নেতাই
নিউজ ডেস্ক,২৭ফেব্ৰুৱাৰী : হজৰত মহম্মদক অপমান কৰাৰ ফল পালে বিজেপি নেতাই
আদালতে দিলে কঠোৰ নিৰ্দেশ(BJP Leader)
নেতা হোৱাৰ যোগ্য নহয় এনেকুৱা লোক
ইছলামক অপমান কৰাৰ অভিযোগত জে’ললৈ গ’ল বিজেপি নেতা
ঘৃণামুলক ভাষণ দিয়া বিজেপিৰ নেতা গৰাকীৰ নাম হৈছে পি চি জৰ্জ
ঘটনাক লৈ কেৰেলা চৰকাৰক কটাক্ষ বিজেপিৰ
কেৰেলা চৰকাৰে ৰাজনৈতিক প্ৰতিশোধ লোৱা বুলি দাবী বিজেপিৰ
লগতে পঢ়ক :WATCH | Gaurav Gogoi : ২৬ত অসমৰ মুখ্যমন্ত্ৰী হ’ব গৌৰৱ গগৈ!