Local, Vocal, Global

Watch | Bilasipara NSUI,NEMSU Protest: উচ্ছেদৰ বিৰুদ্ধে বিলাসীপাৰাত উত্তাল প্ৰতিবাদ

বিলাসীপাৰা: উচ্ছেদৰ বিৰুদ্ধে বিলাসীপাৰাত উত্তাল প্ৰতিবাদ। NSUI, NEMSU আৰু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ সহ বিভিন্ন দল সংগঠনে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। প্ৰতিবাদস্থলীত মোতায়েন আৰক্ষী অৰ্ধসামৰিক বাহিনী। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে প্ৰতিবাদী সকলে। প্ৰতিবাদী সকলে প্ৰতিবাদস্থলীত চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে পৰিস্থিতি। ৰাজ্যত বিজেপি চৰকাৰে চলাই থকা উচ্ছেদক অমানৱীয় আৰু অসাংবিধানিক আখ্যা প্ৰতিবাদী দল সংগঠনৰ।

লগতে পঢ়ক: Watch | Doomdooma murder: স্বামীয়ে শিলৰ পট্টা গুটিৰে মৰিয়াই হত্যা কৰিলে পত্নীক