Local, Vocal, Global

WATCH | Bhupen Borah : সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰক লৈ সৰৱ কংগ্ৰেছ

নিউজ ডেস্ক,২৬ মাৰ্চ : প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সংবাদমেল(Bhupen Borah)। সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰক লৈ সৰৱ কংগ্ৰেছ। ‘বিজেপিৰ শাসনত সংঘটিত হৈছে এই জালিয়াতি’। ‘এপেক্স বেংক অসমৰ জাতীয় অনুষ্ঠান’। ‘এই অনুষ্ঠানত সংঘটিত হৈছে জালিয়াতি’। ‘এপেক্স বেংকত সংঘটিত দুৰ্নীতি তল পেলাবলৈকে সাংবাদিকক গ্ৰেপ্তাৰ কৰা হৈছে’।

লগতে পঢ়ক : WATCH | Poacher Apprehended : ডিমৰীয়াৰ টোপাতলীৰ উমচিয়াঙত চোৰাং চিকাৰী গ্ৰেপ্তাৰ