পঞ্জাৱত ৪৮ খন আখনত অগ্ৰগতি AAPৰ ভগৱন্ত সিং মান
নিউজ ডেস্ক, ১০ মাৰ্চ : পাঞ্জাৱত আম আদমি পাৰ্টীয়ে লাভ কৰিছে আগ্ৰগতি
হাতে হাতে ঝাৰু লৈ AAP কৰ্মকৰ্তাৰ বিজয়ৰ আনন্দ উল্লাস
পঞ্জাৱত ১১৭ খন আসনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে
মুঠ ১৩০৪ গৰাকী প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰতিদ্বন্দিতা
মুখ্যমন্ত্ৰী আসনৰ বাবে প্ৰতিদ্বন্দীতা আগবঢ়াইছে ৰণজিৎ সিং চন্নীয়ে ভদৌড়ে
চমকৌৰ চাহিবৰ, আপৰ ভগৱন্ত মান, সুখবীৰ বাদল
পিছ পৰি আছে কংগ্ৰেছ নেতা নৱজ্যোত সিং সিদ্ধু, আকালি দলৰ নেতা প্ৰকাশ সিং বাদল
কংগ্ৰেছ লাভ কৰিছে ১৩ খন আসন, আম আদমি পাৰ্টীয়ে লাভ কৰিছে ৯০খন আসন,
অকালি দলৰ ০৯ খন আসন লাভ, বিজেপি ০৩ আৰু অন্যান্য ০১ আসন লাভ কৰিছে ।