Local, Vocal, Global

সাজু বৰ্ষাপাৰা !আজি গুৱাহাটী পাবহি পাঞ্জাৱ কিংছ-ৰাজস্থান ৰয়েলছৰ খেলুৱৈসকল…

ডিজিটেল ডেস্ক:- সাজু বৰ্ষাপাৰা।৫ এপ্ৰিলত প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ’ব IPLমেচ।পাঞ্জাৱ কিংছৱে মুখামুখি হ’ব ৰাজস্থান ৰয়েছল।আজি গুৱাহাটী পাবহি দুয়োটা দলৰ খেলুৱৈসকল।
দিনৰ ভাগতে বৰঝৰ বিমান বন্দৰ পাবহি টীম পাঞ্জাৱ কিংছ।তাৰ পোনে পোনে হোটেল ভিভান্টালৈ যাব টীম পাঞ্জাৱ।সন্ধিয়া ৫ বজাত বিশেষ বিমানযোগে আহিব টীম ৰাজস্থান ৰয়েলছ।হোটেল ৰেডিচন ব্লুত থাকিব ৰাজস্থান ৰয়েলছৰ খেলুৱৈসকল।৪ এপ্ৰিলত কৰিব দুয়োটা দলে পৃথকে পৃথকে কৰিব অনুশীলন।