Local, Vocal, Global

বৰপেটা ৰোডৰ মাজমজিয়াত উদ্ধাৰ মৃতদেহ

  • বৰপেটা ৰোডত উদ্ধাৰ মৃতদেহ
  • বৰপেটা ৰোডৰ মাজমজিয়াত অৱস্থিত মৰা-মানাহত উদ্ধাৰ এগৰাকী ব্যাক্তিৰ মৃতদেহ
  • আজি বিয়লি প্ৰায় ৪:৪০ বজাত উদ্ধাৰ মৃতদেহটো
  • পানীত পৰি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছিল মৃতদেহটো
  • মৃতদেহ প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে খবৰ দিয়ে বৰপেটা ৰোডৰ আৰক্ষীক
  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো পানীৰ পৰা উদ্ধাৰ কৰে
  • মৃত ব্যাক্তিজন বৰপেটাৰোডৰ ৫ নম্বৰ ৱাৰ্ডৰ নিবাসী মুন্না চৌহান (৫২)
  • মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ
  • মৃতদেহ উদ্ধাৰক লৈ চহৰখনত সৃষ্টি হৈছে চাঞ্চল্য