Local, Vocal, Global

বৰপেটা জিলাৰ সৰভোগৰ পূৱ চকাবাউসীত ভয়ংকৰ পথ দুৰ্ঘটনা

  • বৰপেটা জিলাৰ সৰভোগৰ পূৱ চকাবাউসীত ভয়ংকৰ পথ দুৰ্ঘটনা
  • AS 19 A 5786 নম্বৰৰ ট্ৰাকখনত ৰৈ থকা অৱস্থাত খুন্দা মাৰে AS 19 K 9055 নম্বৰৰ এখন মাৰুতি ভানে
  • যাৰফলত থিতাতে নিহত হয় সঞ্জীৱ কুমাৰ বিশ্বকৰ্মা,আৰু বিভা তালুকদাৰ
  • জানিব পৰা মতে,সঞ্জীৱ কুমাৰ বিশ্বকৰ্মাৰ ঘৰ বঙাইগাঁও জিলাত আৰু বিভা তালুকদাৰৰ ঘৰ বৰপেটা জিলাৰ পাঠশালাত