Local, Vocal, Global

বৰপেটাৰ নাঙলকুৰত শোকাৱহ পথ দূৰ্ঘটনা

  • বৰপেটা সদৰ থানাৰ অন্তৰ্গত নাঙলকুৰ গাঁৱত এক শোকাবহ পথ দূৰ্ঘটনা
  • নিয়ন্ত্ৰণ হেৰুৱাই মৰানদীত বাগৰি পৰে হুণ্ডাই ইয়ন বাহনখন
  • ফলত থিতাতে নিহত হয় তিনিজনকৈ লোক
  • দুৰ্ঘটনা সংঘটিত হোৱা গাড়ীখনৰ নম্বৰ AS 01 JC 1519
  • সম্প্ৰতি মৰোনোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা মেডিকেল কলেজত তিনিজনৰ মৃতদেহ ৰখা হৈছে