Watch | Baihata Tolgate : মদনপুৰ টোলগেটত নিশা উত্তেজনা

নিউজ ডেস্ক : মদনপুৰ টোলগেটত নিশা উত্তেজনা। সৰোজ ডেকা নামৰ এগৰাকী স্হানীয় যুৱকে টোলগেটেৰে VIP পথেৰে পাৰ হোৱাক কেন্দ্ৰ কৰি এই উত্তেজনা।যুৱকজনক টোলগেটৰ কৰ্মচাৰীয়ে পৰিচয় বিচাৰি মাৰপিট কৰাৰ অভিযোগ। ঘটনাটোক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত তীব্ৰ বাদানুবাদ। চাংসাৰি আৰক্ষীৰ উপস্থিতত পৰিস্থিতি নিয়ন্ত্ৰণ।চেপা উত্তেজনা অব্যাহত। আনহাতে মদনপুৰ টোলগেটৰ কৰ্মচাৰী আক্ৰমণত আহত যুৱকৰ অভিযোগ আৰু বিভিন্ন দল সংগঠনৰ হেঁচাত নিশাই আটক কৰে টোলগেটৰ কৰ্মচাৰী জুৱেল আলী খণ্ডকৰক।
লগতে পঢ়ক: Watch | Teok news: টীয়কত দৈনিক বাতৰি কাকতৰ টোপোলা চোৰ