Local, Vocal, Global

আৰক্ষীৰ জালত এক্সিছ বেংকৰ ডেপুটী মেনেজাৰৰ

নিউজ ডেস্ক, ৬ ছেপ্তেম্বৰ : গ্ৰাহকৰ ATM ব্যৱহাৰ কৰি ধন হৰলুকী কৰা অভিযোগত আৰক্ষীৰ জালত এক্সিছ বেংকৰ ডেপুটী মেনেজাৰ।

গীতানগৰ আৰক্ষীৰ জালত পৰিছে এক্সিছ বেংকৰ ডেপুটী মেনেজাৰ ইফটিচান চৌধুৰী।

কৌশলেৰে ATM ৰ পিন ব্যৱহাৰৰ অভিযোগ উত্থাপিত হৈছে ইফটিচানৰ বিৰুদ্ধে।

গ্ৰাহকৰ অভিযোগৰ ভিত্তিত আৰক্ষী জালত পৰিছে চৌধুৰী।