Local, Vocal, Global

ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়াৱহতা

  • বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ১,১৮৮ গৰাকী
  • বৃহস্পতিবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ২১৯৮ গৰাকী ৰোগীয়ে
  • মৃত্যু হয় ৯ গৰাকীকৈ কৰ’না আক্ৰান্ত ব্যক্তিৰ
  • ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ১লাখ ৯১ হাজাৰ ৩৯৭ গৰাকী
  • সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ৩০,৭৬৭ গৰাকী
  • বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১লাখ ৫৯ হাজাৰ ৮৩৩ ৰোগী
  • অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৭৯৪ গৰাকী লোকৰ
  • বৃহস্পতিবাৰে ৰাজ্য স্বাস্থ্য বিভাগে সম্পন্ন কৰে ৩২,৪০৮ লোকৰ স্বোৱাব পৰীক্ষা