ৰাজ্য চৰকাৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত By MyNewsNE Desk On Sep 11, 2020 Last updated Sep 11, 2020 Share ক’ভিডৰ পৰিপেক্ষিতত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা দুটাকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এতিয়াৰে পৰাই ক’ভিডত মৃত্যু হোৱা লোকৰ শেষকৃত্যৰ বাবে চৰকাৰে দিব ৫০০০টকা। লগতে এক বিশেষ ক্ষেত্ৰতো কোৱাৰাইণ্টীনৰ ব্যৱস্থা হ্ৰাস কৰিছে ৰাজ্য চৰকাৰে। এতিয়াৰে পৰা অসমৰ বাহিৰৰ পৰা ৯৬ ঘণ্টাৰ ভিতৰতে উভতি আহিলে হ’ব নালাগে কোৱাৰাইণ্টীন। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে সদৰি কৰে এই ঘোষণা। Related Posts Watch | Prime Minister’s free electricity scheme… Mar 14, 2025 Watch | Rangia doul utshav: ৰঙিয়াত শ্ৰীশ্ৰীকৃষ্ণৰ দৌল… Mar 14, 2025 Watch | Bilasipara basanta utshav: বিলাসীপাৰাতো উলহ-মালহেৰে… Mar 14, 2025 Share FacebookTwitterReddItWhatsAppPinterestEmail