Local, Vocal, Global

গুৱাহাটীত হ’ব পাৰে হকী যুৱ বিশ্বকাপ

◆ ২০২১ ত গুৱাহাটীত হ’ব পুৰুষৰ হকী বিশ্ব কাপ

◆ বিশ্ব হকী সংস্থাই হকী ইণ্ডিয়াৰ প্ৰস্তাৱত দিছে অনুমোদন

◆২৪ খন দেশে অংশগ্ৰহণ কৰিব এই টুৰ্নামেন্টত

◆ অৱশ্যে এতিয়াও নিৰ্ধাৰণ হোৱা নাই খেলৰ তাৰিখ

◆ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ এক অনুষ্ঠানত সদৰী কৰিলে লক্ষ্য কোঁৱৰে

◆ ‘চৰকাৰে অচিৰেই এই সন্দৰ্ভত সিদ্ধান্ত লব ‘

◆ জনালে অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক কোঁৱৰে