ভয়াৱহ! প্ৰতিদিনে ৰাজ্যত কৰ’নাত আক্ৰান্ত ২ সহস্ৰাধিক

- বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ২৫৯৫ গৰাকী
- শনিবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ১৮৫৬ গৰাকী ৰোগীয়ে
- মৃত্যু হয় ৮ গৰাকীকৈ কৰ’না আক্ৰান্ত ব্যক্তিৰ
- ন’আক্ৰান্ত সকলৰ ভিতৰত ৫৫৩ গৰাকী ৰোগী কামৰূপ(ম)ৰ, ২০৫ গৰাকী যোৰহাটৰ, ১৯৯গৰাকী লখিমপুৰৰ, ১৭৩গৰাকী গোলাঘাটৰ ৷
- ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ১লাখ ৫৫হাজাৰ ৪৫৩ গৰাকী
- সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ২৯,৩৬২ গৰাকী
- বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১লাখ ২৫হাজাৰ ৩৬২ ৰোগী
- অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৫৪৮গৰাকী লোকৰ