ৰাজ্যত পুনৰ কৰ’নাত আক্ৰান্ত ৩ সহস্ৰাধিক

- বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ৩৬৪৪ গৰাকী
- সোমবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ২৩২০ গৰাকী ৰোগীয়ে
- মৃত্যু হয় ১২ গৰাকীকৈ কৰ’না আক্ৰান্ত ব্যক্তিৰ
- নতুনকৈ আক্ৰান্ত সকলৰ ভিতৰৰ ৫৬৩ গৰাকী ৰোগী কামৰূপ(ম)ৰ, ২৮৪ গৰাকী গোলাঘাটৰ, ২৩৭ গৰাকী যোৰহাটৰ, ১৯৭ গৰাকী শোণিতপুৰৰ
- ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ১লাখ ৭৩ হাজাৰ ৬২৯ গৰাকী
- সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ৩০,৬৬২গৰাকী
- বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১লাখ ৪২ হাজাৰ ২৯৭ ৰোগী
- অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৬৬৭ গৰাকী লোকৰ
- সোমাবাৰে ৰাজ্য স্বাস্থ্য বিভাগে সম্পন্ন কৰে ১ লাখ ২০ হাজাৰ ১৫৬ গৰাকী লোকৰ স্বোৱাব পৰীক্ষা