Local, Vocal, Global

ৰাজ্যত অব্যাহত কাল কৰ’নাৰ ভয়াৱহতা

  • ৰাজ্যত অব্যাহত কাল কৰ’নাৰ ভয়াৱহতা
  • বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ২৪০৯ গৰাকী
  • সোমবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ১৮৪৯ গৰাকী ৰোগীয়ে
  • মৃত্যু হয় ১০ গৰাকীকৈ কৰ’না আক্ৰান্ত ব্যক্তিৰ
  • নতুনকৈ আক্ৰান্তসকলৰ ভিতৰত ৬৩৩গৰাকী কামৰূপ মহানগৰৰ, ২০১ ডিব্ৰুগড়ৰ, ১২০ লখিমপুৰৰ, ১৭২যোৰহাটৰ
  • ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ১লাখ ৪৬হাজাৰ ৫৭৫গৰাকী
  • সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ২৯,১৮০গৰাকী
  • বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১লাখ ১৬হাজাৰ ৯০০ৰোগী
  • অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৪৯২ গৰাকী লোকৰ