ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাইছে কৰ’নাৰ সংক্ৰমণ

- বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ১৪১৬ গৰাকী
- শুকুৰবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ১৪৪১ গৰাকী ৰোগীয়ে
- মৃত্যু হয় ১০ গৰাকীকৈ কৰ’না আক্ৰান্ত ব্যক্তিৰ
- ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ১লাখ ৮৩ হাজাৰ ৮১২ গৰাকী
- সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ৩৪,১২৮গৰাকী
- বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১লাখ ৪৮ হাজাৰ ৯৬০ ৰোগী
- অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৭২১ গৰাকী লোকৰ
- শুকুৰবাৰে ৰাজ্য স্বাস্থ্য বিভাগে সম্পন্ন কৰে ২৮ হাজাৰ ৩০১ গৰাকী লোকৰ স্বোৱাব পৰীক্ষা
- বৃহস্পতিবাৰ আক্ৰান্তৰ হাৰ ৫ শতাংশ