ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাইছে কৰ’নাৰ সংক্ৰমণ
- বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ৭৫৬ গৰাকী
- ৰবিবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ১৩৫১ গৰাকী ৰোগীয়ে
- মৃত্যু হয় ১৪ গৰাকীকৈ কৰ’না আক্ৰান্ত ব্যক্তিৰ
- ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ১লাখ ৮৬ হাজাৰ ২০০ গৰাকী
- সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ৩৩,৩২৪ গৰাকী
- বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১লাখ ৫২ হাজাৰ ১২৪ ৰোগী
- অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৭৪৯ গৰাকী লোকৰ
- ৰবিবাৰে ৰাজ্য স্বাস্থ্য বিভাগে সম্পন্ন কৰে ১৩,১২৩ লোকৰ স্বোৱাব পৰীক্ষা