WATCH | Assam Pradesh Congress war room worker Ritam Singh : কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিঙৰ ঘৰত আৰক্ষীৰ অভিযান
নিউজ ডেস্ক,১৫মাৰ্চ : কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিঙৰ ঘৰত আৰক্ষীৰ অভিযান।
লখিমপুৰ আৰক্ষীৰ এটা বৃহৎ দলে অভিযান চলাইছে মুখপাত্ৰজনৰ বাসগৃহত।
ৰূপনগৰৰ প্ৰকাশ এনক্লেভত চলিছে অভিযান(Assam Pradesh Congress war room worker Ritam Singh)।
লখিমপুৰৰ বিধায়ক মানৱ ডেকাই ৰিতম সিঙৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ।
সেই গোচৰৰ ভিত্তিত ৰূপনগৰৰ বাসগৃহত অভিযান।
লগতে পঢ়ক : Watch | Dilapidated bridge in Hatsingimari: বানপানীত ভাঙি যোৱা দলঙৰ কাম আজিলৈকে নহ’ল সম্পূৰ্ণ