Watch | Assam Police and ADRE examination CM Himanta Biswa Sharma’s big announcement: অসম আৰক্ষী আৰু ADRE পৰীক্ষাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা
গুৱাহাটী: অসম আৰক্ষী আৰু ADRE পৰীক্ষাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা।
হৈ যোৱা ADRE আৰু অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ ফলাফলৰ তাৰিখ ঘোষণা।
৭ মার্চত দিয়া হ’ব ADREৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল ।
৬ মার্চত ঘোষণা হ’ব অসম আৰক্ষীৰ SI পদৰ লিখিত পৰীক্ষাৰ ফলাফল ।
১০ মার্চত হ’ব ড্রাইভাৰ পদৰ ড্রাইভিং টেষ্ট।
১২ মার্চত ঘোষণা হ’ব অসম আৰক্ষীৰ কনিষ্টবলৰ পৰীক্ষাৰ ফলাফল ।
নিশা ফেচবুক লাইভত যোগে এই ঘোষণা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ।