Local, Vocal, Global

Watch | Assam panchayat polls : আজি পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা

নিউজ ডেস্ক: আজি ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা। পুৱা ৮ বজাৰপৰা আৰম্ভ হৈছে ভোটগণনা। ভোটগণনাৰ বাবে সাজু কৰা হৈছে ৩৯টা কেন্দ্ৰ। জিলা পৰিষদ সমষ্টি (ZPC)ৰ ৩৯৭ আসনৰ ভিতৰত ৩৪ত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়। আঞ্চলিক পঞ্চায়ত (AP)ৰ ২,১৯২ আসনৰ ভিতৰত ৩১১ খনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়। জিলা পৰিষদ সমষ্টিৰ ৩৬৩খন আসনৰ বাবে হৈছিল ভোটগ্ৰহণ। আঞ্চলিক পঞ্চায়তৰ ১,৮৮১খন আসনৰ বাবে হৈছিল ভোটগ্ৰহণ। মঙ্গলদৈতো পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোট গণনা।