Local, Vocal, Global

Assam HS Results 2024 : কলা, বিজ্ঞান, বাণিজ্য শাখাৰ কোন বিভাগৰ উৰ্ত্তীণ হাৰ কিমান ?

নিউজ ডেস্ক,৯মে’ : ঘোষণা হ’ল ২০২৪বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। পুৱা ৯ বজাৰ লগে লগে ঘোষণা হ’ল পৰীক্ষাৰ ফলাফল(Assam HS Results 2024)।

আজি ঘোষিত হোৱা ফলাফল অনুসৰি কলা শাখাত উত্তীৰ্ণ হৈছে ৮৮.২৪ শতাংশ শিক্ষাৰ্থী । বিজ্ঞান শাখাত উত্তীৰ্ণ হৈছে ৯০.২৯ শতাংশ ছাত্ৰ-ছাত্ৰী । বাণিজ্য শাখাত উত্তীৰ্ণ হৈছে ৮৮.২৮ শতাংশ ছাত্ৰ-ছাত্ৰী।

কলা, বিজ্ঞান, বাণিজ্য আৰু ভকেচনেল শাখাৰ ফলাফল সমূহ এনেধৰণৰ-

কলা শাখাত উৰ্ত্তীণৰ হাৰ ৮৮.২৪শতাংশ

মুঠ ২০০৪৯৫গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ১৭৮৮০৬গৰাকী উৰ্ত্তীণ

৪০৪৯৯গৰাকী শিক্ষাৰ্থী প্ৰথম বিভাগত উৰ্ত্তীণ

৬৫৫৩২গৰাকী শিক্ষাৰ্থী দ্বিতীয় বিভাগত উৰ্ত্তীণ

৭২৭৭৫গৰাকী শিক্ষাৰ্থী তৃতীয় বিভাগত উৰ্ত্তীণ

বিজ্ঞান শাখাত উৰ্ত্তীণৰ হাৰ ৯০.২৯শতাংশ

মুঠ ৫৪৪৬০গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ৪৮৯৫৩গৰাকী উৰ্ত্তীণ

২৩৫৫২গৰাকী শিক্ষাৰ্থী প্ৰথম বিভাগত উৰ্ত্তীণ

১৭৩৩৯গৰাকী শিক্ষাৰ্থী দ্বিতীয় বিভাগত উৰ্ত্তীণ

৮০৬২গৰাকী শিক্ষাৰ্থী তৃতীয় বিভাগত উৰ্ত্তীণ

বাণিজ্য শাখাত উৰ্ত্তীণৰ হাৰ ৯০.২৯ শতাংশ

মুঠ ১৭,৩০৭গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ১৫১৯৬গৰাকী উৰ্ত্তীণ

৫৯১৫গৰাকী শিক্ষাৰ্থী প্ৰথম বিভাগত উৰ্ত্তীণ

৬০৮৭গৰাকী শিক্ষাৰ্থী দ্বিতীয় বিভাগত উৰ্ত্তীণ

৩১৯৪গৰাকী শিক্ষাৰ্থী তৃতীয় বিভাগত উৰ্ত্তীণ