ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাইছে কৰ’নাৰ সংক্ৰমণ
- বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ৩৭৯ গৰাকী
- দেওবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ৪৭৩ গৰাকী ৰোগীয়ে
- মৃত্যু হয় দুগৰাকী কৰ’না আক্ৰান্ত ব্যক্তিৰ
- ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ২ লাখ ৭ হাজাৰ ৩৬১ গৰাকী
- সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ৮,৩৮৫ গৰাকী
- বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১ লাখ ৯৮,০৩৯ ৰোগী
- অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৯৩৪ গৰাকী লোকৰ
- মঙলবাৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে সম্পন্ন কৰে ২৮ হাজাৰ ৮৮৪ গৰাকীৰ স্বোৱাব পৰীক্ষা