Local, Vocal, Global

ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাইছে কৰ’নাৰ সংক্ৰমণ

  • বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ৪৬৫ গৰাকী
  • দেওবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ৭৮৫ গৰাকী ৰোগীয়ে
  • মৃত্যু হয় এগৰাকী কৰ’না আক্ৰান্ত ব্যক্তিৰ
  • ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ২ লাখ ৬ হাজাৰ ৯৮২ গৰাকী
  • সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ৮,৪৮১ গৰাকী
  • বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১ লাখ ৯৭,৫৬৬ ৰোগী
  • অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৯৩২ গৰাকী লোকৰ
  • শুক্ৰবাৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে সম্পন্ন কৰে ৩০ হাজাৰ ৩৩৪ গৰাকীৰ স্বোৱাব পৰীক্ষা