Local, Vocal, Global

২০ হাজাৰ অতিক্ৰম ৰাজ্যত কৰ’না আক্ৰান্তৰ সংখ্যা

  • ৰাজ্যত প্ৰতিদিনে উদ্দেগজনক হাৰত বৃদ্ধি পাইছে কৰ’না ভাইৰাছৰ সংক্ৰমণ
  • মহানগৰীতো অব্যাহত কৰ’নাৰ ভয়াৱহ সংক্ৰমণ
  • ২০ হাজাৰ অতিক্ৰম কৰিলে ৰাজ্যত কৰ’না আক্ৰান্তৰ সংখ্যা
  • বৃহস্পতিবাৰৰ দিনটোত গুৱাহাটীৰ ৫৯৮ সহ ৰাজ্যত আক্ৰান্ত ৮৯২ গৰাকী
  • গুৱাহাটীত আক্ৰান্ত হোৱা ১৮৪ গৰাকীয়ে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ
  • ৰাজ্যত এই পৰ্যন্ত মুঠ আক্ৰান্তৰ সংখ্যা ২০,৬৪৬ গৰাকীলৈ বৃদ্ধি
  • ৰাজ্যত এই পৰ্যন্ত ১৩,৫৫৪ গৰাকী আৰোগ্য
  • ৰাজ্যত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা ৭,০৩৯ গৰাকী
  • চৰকাৰী তথ্যমতে ৰাজ্যত ৫০ ৰোগীৰ মৃত্যু
  • ৰাজ্যত বৰ্তমানলৈ ৬ লাখ ১হাজাৰ ৩৮৫ গৰাকী লোকৰ SWAB পৰীক্ষা সমপন্ন হৈছে