Local, Vocal, Global

ৰাজ্য়জুৰি ক’ৰনাৰ ভয়াবহ সংক্ৰমণ

ওদালগুৰিত পুনৰ দহ গৰাকী লোকৰ দেহত পোৱা গৈছে কোভিড-১৯ ৰ উপস্থিতি , ইয়াৰ ভিতৰত আছে সোনাই কোৱাৰেন্টাইন চেন্টাৰৰ ২ জন, ওদালগুৰি কলেজ কোৱাৰেন্টাইন চেন্টাৰৰ ২জন ,হোম কোৱৰেন্টাইনত থকা ৩ জন, বামুনজুলী চাহ বাগিছাৰ হস্পিটালৰ ১ জন ,ওদালগুৰি চহৰৰ এগৰাকী যুৱতী বৰংগা বাৰী বাহিছাৰ এগৰাকী আশা কৰ্মী ।এতিয়ালৈ ওদালগুৰিৰ মুঠ কোভিড আক্ৰান্তৰ সংখ্যা হৈছে ২৪৭ জন আৰু ইতিমোধ্যে সুস্থ হৈ উঠিছে ।