Local, Vocal, Global

Assam By-election Results 2024 : অৱশেষ শেষ হাঁহি মাৰিলে দীপ্লু ৰঞ্জন শৰ্মাই

নিউজ ডেস্ক,২৩নৱেম্বৰ : অৱশেষ শেষ হাঁহি মাৰিলে দীপ্লু ৰঞ্জন শৰ্মাই।

চামগুৰিত বিজেপি প্ৰাৰ্থী দীপ্লু ৰঞ্জন শৰ্মাৰ জয়লাভ(Assam By-election Results 2024)।

বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰে বিজেপি প্ৰাৰ্থীগৰাকীয়ে।

প্ৰায় ২৬ হাজাৰ ২০০ ভোটত জয়ী দীপ্লু ৰঞ্জন শৰ্মা।

লগতে পঢ়ক :Assam By-election Results 2024 :তানজিলক পিছ পেলাই দিল্পুৰঞ্জনৰ অগ্ৰগতি