আজিৰে পৰাই আৰম্ভ আন্তঃজিলা বাছসেৱা

- ৩০ আৰু ৩১ জুলাইত চলিব আন্তঃজিলা বাছসেৱা
- যাত্ৰী সকলে Red Bus Apps যোগে বুকিং কৰিব পাৰিব টিকট
- আজিৰ বাবে প্ৰায় ৫১ খন ASTC বাছ সাজু কৰা হৈছ
- ৩১ তাৰিখ অৰ্থাৎ শুকুৰবাৰে চলিব ASTC ৰ ৫২ খনকৈ বাছ
- পুৱা ৭ বজাৰ পৰা উপলব্ধ আন্তঃজিলা বাছসেৱা
- সান্ধ্য আইনৰ বাবে নাথাকে নৈশ বাছসেৱা
- যাত্ৰীসকলে সামাজিক ব্যৱধান আৰু মাস্ক পৰিধান কৰাটো বাধ্যতামূলক