WATCH | Assam Assembly budget session: অসম বিধানসভাৰ বাজেট অধিৱেশন আজি সপ্তম দিন
নিউজ ডেস্ক,৫মাৰ্চ : অসম বিধানসভাৰ বাজেট অধিৱেশন আজি সপ্তম দিন ৷ আজি পুৱা ৯ বাজি ৩০ মিনিটৰ পৰা বিভিন্ন প্ৰশ্ন-উত্তৰ শিতানেৰে আৰম্ভ হৈছে আজিৰ অধিৱেশনৰ কাৰ্যসূচী(Assam Assembly budget session)৷
লগতে পঢ়ক : WATCH | Bhupen Borah : ‘এতিয়াৰে পৰা নাগৰিক সমাজে ক’ব বিৰোধী ঐক্যৰ কথা’