WATCH | Donald Trump : ভাৰতৰ বিৰুদ্ধে ফুল এক্সন মুডত ড’নাল্ড ট্ৰাম্প
নিউজ ডেস্ক,৫মাৰ্চ : দ্বিতীয়বাৰলৈ কাৰ্যভাৰ গ্ৰহণ কৰি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কৰ আৰোপৰ বৃহৎ ঘোষণা। ভাৰতৰ ওপৰত অত্যধিক কৰ আৰোপৰ বৃহৎ ঘোষণা ড’নাল্ড ট্ৰাম্পৰ।
‘আমেৰিকা ইজ বেক’ নিজৰ দ্বিতীয়টো কাৰ্যকালত আমেৰিকান কংগ্ৰেছত প্ৰথমটো ভাষণ দি এই মন্তব্য ডোনাল্ড ট্ৰাম্পৰ(Donald Trump)।
লগতে পঢ়ক : WATCH | Assam Assembly budget session: অসম বিধানসভাৰ বাজেট অধিৱেশন আজি সপ্তম দিন