Local, Vocal, Global

মিজোৰাম সীমান্তৰ সমস্যাক লৈ তৎপৰ অসম কংগ্ৰেছ

মিজোৰাম সীমান্তৰ সমস্যাক লৈ তৎপৰ অসম কংগ্ৰেছ

অচিৰেই সীমান্ত ভ্ৰমণ কৰিব কংগ্ৰেছৰ সঁজাতি দলে

দেৱব্ৰত শইকীয়াৰ নেতৃত্বত ৪ জনীয়া  দল গঠন

দলৰ অন্যান্যসকল সাংসদ সুস্মিতা দেৱ, প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ

কমলাক্ষ দে’ পুৰকায়স্থ, পংকজ বৰবৰাও অন্তৰ্ভুক্ত দলত

APCC ৰ সভাপতি ৰিপুন বৰাই গঠন কৰি দিছে এই দল

১০ নৱেম্বৰৰ ভিতৰত সীমান্ত ভ্ৰমণ কৰি প্ৰতিবেদন দাখিলৰ নিৰ্দেশ