Local, Vocal, Global

এইবাৰো কামাখ্যাত অম্বুবাচী মেলা বাতিল

এইবাৰো কামাখ্যাত অম্বুবাচী মেলা বাতিল। কোৰোণাৰ সংক্ৰমণৰ বাবেই বাতিল হ’ল অম্বুবাচী মেলা। একেৰাহে দ্বিতীয় বছৰৰ বাবে বাতিল হ’ল বিখ্যাত অম্বুবাচী মেলা। কামাখ্যা দেৱোত্তৰ ব’ৰ্ডে এক বিবৃতিযোগে জনালে এই কথা। অৱশ্যে অম্বুবাচীৰ ৰীতি-নীতি মন্দিৰৰ ভিতৰত পালন কৰা হ’ব। সকলো ভক্ত আৰু পৰ্যটকৰ বাবে বন্ধ থাকিব কামাখ্যা দেৱালয়। কোৰোণাৰ বাব ইতিমধ্যে ১৩ এপ্ৰিলৰ পৰাই বন্ধ আছে কামাখ্যাৰ দুৱাৰ।