WATCH | Akhil Gogoi : মাতৃয়ে অখিল গগৈৰ কাষত বহি শুনালে পদ্য
নিউজ ডেস্ক,১৬এপ্ৰিল মাত-পুত্ৰ স্নেহৰ এক ভাললগা দৃশ্য!
পুত্ৰৰ দিনজোৰা ব্যস্ততা; তাৰ মাজতো মাতৃৰ কাষত এনেদৰে দেখা গ’ল বিধায়ক অখিল গগৈক!
৯৩ বছৰীয়া মাতৃয়ে পদ্য মাতি শুনালে বিধায়কগৰাকীক!
লগতে পঢ়ক : WATCH | Himanta Biswa Sarma : ৱাকফ সংশোধনী আইন বিৰোধী প্ৰতিবাদক লৈ কঠোৰ অসম আৰক্ষী