Local, Vocal, Global

তৃণমূল কংগ্ৰেছত(TMC)যোগদান অভিনেত্ৰী জুপিতৰা ভূঞাৰ…

এইবাৰ ৰাজনীতিলৈ অভিনেত্ৰী জুপিতৰা ভূঞা।কেইবাখনো চলচ্চিত্ৰ,ভিডিঅ’ ছবিত অভিনয় কৰি অসমবাসীৰ চিনাকি হৈ পৰিছিল জুপিতৰা ভূঞা।ভ্ৰাম্যমাণ থিয়েটাৰতো কাম কৰিছিল অভিনেত্ৰীগৰাকীয়ে।এইবাৰ ৰাজনীতিত খোজ দিলে জুপিতৰা ভূঞাই।
আজি আনুষ্ঠানিকভাৱে তৃণমূল কংগ্ৰেছত যোগদান কৰে অভিনেত্ৰীগৰাকীয়ে।তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ উপস্থিতিত দলটোত যোগদান কৰে অভিনেত্ৰীগৰাকীয়ে।