Local, Vocal, Global

এইবাৰ জনপ্ৰিয় অভিনেতা অজয় দেৱ্গন জুহুত ৬০ কোটি টকাৰ বাংলো ক্ৰয় কৰিলে

অমিতাভ বচ্চন,অৰ্জুন কাপুৰ আৰু জাহ্নৱী কাপুৰৰ পিছত,অজেয় দেৱগণে মুম্বাইত এটা আড়ম্বৰপূৰ্ন বাংলো ক্ৰয় কৰাৰ খবৰ ইন্টাৰনেটত ঘূৰি ফুৰিছে । times of india ৰ তথ্য অনুসৰি অজয় দেৱগণৰ মুখপাত্ৰ নিশ্চিত কৰিছে যে ‘তানহাজী’ৰ অভিনেতাজনে জুহুত ৬০ কোটি মূল্যৰ ৫৯০ বৰ্গ গজৰ এখন প্ৰাসাদ ক্ৰয় কৰিছে আৰু ই তেওঁৰ বৰ্তমানৰ বাংলোৰ খুব ওচৰত