Local, Vocal, Global

পুনৰ নগাওঁত অঘটন

নিউজ ডেস্ক, ১২ জুন : পুনৰ নগাওঁত সংঘটিত হৈছে এক অঘটন ।

জখলাবন্ধাৰ গৰুবন্ধাত পুখুৰীত পৰি এজন যুৱক সন্ধানহীন হোৱাৰ ঘটনাই অঞ্চল যুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

খবৰ অনুসৰি, দুই বন্ধুৰ সৈতে গা ধুবলৈ যোৱাৰ পিছত সন্ধানহীন হয় ৰাজিবুল হুছেইন নামৰ যুৱকজন।

ঘটনা সংঘটিত হোৱাৰ পিছতে ৰাজিবুলৰ সন্ধানত স্থানীয় লোকে অভিযান চলায়।

পৰৱৰ্ৱৰ্তী সময়ত ঘটনাস্থলীত জখলাবন্ধা আৰক্ষী উপস্থিত হয়।