Local, Vocal, Global

Atishi resigns as Delhi CM: দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ আতিশী মাৰ্লেনাৰ

নিউজ ডেস্ক,৯ফেব্ৰুৱাৰী : দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ আতিশী মাৰ্লেনাৰ(Atishi resigns as Delhi CM)। দেওবাৰে পুৱা ১১ বজাত ৰাজনিৱাসত উপস্থিত হৈ পদত্যাগ পত্ৰ দাখিল কৰে আতিশী মাৰ্লেনাই। লেফটেনেন্টে গৱৰ্ণৰ ভি কে ছাক্সেনাৰ হাতত অৰ্পণ পদত্যাগ পত্ৰ।

উল্লেখ্য যে,শনিবাৰে ঘোষণা হৈছিল দিল্লীৰ বিধানসভাৰ নিৰ্বাচন। এইবাৰ দিল্লী বিধানসভা নিৰ্বাচনত আম আদমি পাৰ্টী পৰাজয়ৰ সন্মুখীন হয় । আনহাতে,২৭ বছৰ পাছত ভাৰতীয় জনতা পাৰ্টীয়ে এতিয়া দিল্লীত চৰকাৰ গঠন কৰিব(AAP leader Atishi submits her resignation as Delhi CM)।

লগতে পঢ়ক :Delhi CM Atishi Marlena:আজি পদত্যাগ পত্ৰ দাখিল কৰিব দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনাই