Local, Vocal, Global

WATCH | AAMSU Protest : কেৱল অসমেই নহয় দিল্লী কপাঁবলৈ সাজু আমছু

নিউজ ডেস্ক,৯এপ্ৰিল : কেৱল অসমেই নহয় দিল্লী কপাঁবলৈ সাজু আমছু।

মহানগৰীৰ আকাশ বতাহ কপাই তুলিলে আমছুৱে(AAMSU Protest)।

মহানগৰীৰ চচলৰ প্রতিবাদস্থলীত আমছুৰ তীব্ৰ প্ৰতিবাদ।

ৱাকফক আইন কোনো পধ্যেই মানি নোলোৱাৰ হুংকাৰ আমছুৰ।

‘কেৱল দেশৰ সংখ্যালঘু হোৱাৰ কাৰনেই মুছলমানক টার্গেট কৰিছে চৰকাৰে।

‘সংখ্যালঘুক টার্গেট কৰা বন্ধ কৰক চৰকাৰে’-আমছু ।

লগতে পঢ়ক : WATCH | Moirabari News : ধিং বজাৰৰ পৰা দিন দুপৰতে চোৰে লৈ গ’ল এক্সিচ বেংকৰ কৰ্মচাৰীৰ মটৰ চাইকেল