Local, Vocal, Global

তিনিচুকীয়া জিলাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা

নিউজ ডেস্ক, ৫ আগষ্ট : শুকুৰবাৰে অসমৰ তিনিচুকীয়া জিলাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। ভূলবসতঃ ফেনাইল সেৱন কৰি গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে ১০ টাকৈ শিশু।

তিনিচুকীয়াৰ কাকোপাথাৰৰ এটা অংগনৱাড়ী কেন্দ্ৰত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো।

বাতৰি অনুসৰি, অংগনৱাড়ীৰ শিক্ষয়ত্ৰীগৰাকীয়ে গাখীৰৰ সলনি শিশুসকলক ফেনাইল বিতৰণ কৰিছিল।

শিশুসকলক চিকিৎসাৰ বাবে বৰ্তমান তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ঘটনাটোৰ বিষয়ে অধিক তদন্ত চলি আছে।