Watch | A big victory for Congress in the 7th Mowamari District Council of Mangaldai constituency: মঙ্গলদৈ সমষ্টিৰ ৭ নং মোৱামাৰী জিলা পৰিষদত কংগ্ৰেছৰ বৃহৎ জয়
মঙ্গলদৈ: দৰং জিলাৰ মঙলদৈ সদৰ সমষ্টিৰ মোৱামাৰী জিলা পৰিষদ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী মুক্তা দেৱী মণ্ডলৰ বৃহৎ জয়। বিজেপি মিত্ৰজোঁটক উফৰাই কংগ্ৰেছৰ বৃহৎ জয় ।
কংগ্ৰেছ প্ৰাৰ্থী মুক্তা দেৱী মণ্ডলে বিজেপি মিত্ৰজোঁট প্ৰাৰ্থী মনি দাসক ১৫২৮০ টা ভোটৰ ব্যৱধানত পৰাজয় কৰি জয় লাভ কৰি হুক হুকাই কান্দি উঠে। মুক্তা দেৱী মণ্ডলে লাভ কৰে ২৩৩৮৮টা ভোটৰ বিপৰীতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীয়ে লাভ কৰে ৮০৮৫ টা ভোট।