Local, Vocal, Global

Watch | Singer Achurya Barpathra’s convoy crashed in Hahchara,Teok: টীয়কৰ হাঁহচৰাত কন্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ কনভয়ৰ গাড়ী দুৰ্ঘটনাগ্ৰস্থ

টিয়ক: টীয়কৰ হাঁহচৰাত কন্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ কনভয়ৰ গাড়ী দুৰ্ঘটনাগ্ৰস্থ ।

দুৰ্ঘটনাগ্ৰস্থ বাহনৰ নম্বৰ হৈছে AS03AP0354।

জানিব পৰা মতে, নিশা আচুৰ্যৰ অনুষ্ঠানৰ পৰা উভতি আহোঁতে চালক টুপনি যোৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হৈছে।

দুৰ্ঘটনাত সংগীসকল কম বেছি পৰিমাণে আহত হৈছে ।

আহতসকলক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু গাড়ীখন সম্প্ৰতি বামুণপুখুৰী আউটপোষ্টলৈ লৈ অনা হৈছে।

লগতে পঢ়ক: Watch | Mallikarjun Kharge and Rahul Gandhi arrives in Guwahati : আজি অসমত আহি উপস্থিত হৈছে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকার্জু আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী