Watch | Nagaon news : নগাঁও বাৰ কাউন্সিল এচছিয়েশ্যনৰ সাধাৰণ নিৰ্বাচন সম্পন্ন
নগাঁও: নগাঁও বাৰ কাউন্সিল এচছিয়েশ্যনৰ সাধাৰণ নিৰ্বাচন সম্পন্ন।
পুণৰবাৰ নগাঁও বাৰ কাউন্সিল এচছিয়েশ্যনৰ সভাপতি হিচাপে নিৰ্বাচিত আবুল হাচেম খণ্ডকাৰ।
২১৬টা ভোটত জয়ী হ’বলৈ সক্ষম নৱনিৰ্বাচিত সভাপতি আবুল হাচেম খণ্ডকাৰ।
উপ-সভাপতি পদত প্ৰমোদ কুঠাৰী আৰু সম্পাদক পদত জয়ন্ত কুমাৰ বৰদলৈ নিৰ্বাচিত।
এবছৰীয়া কাৰ্য্যকালৰ বাবে নিৰ্বাচন হয় নগাঁও বাৰ কাউন্সিল এচছিয়েশ্যনৰ।
.
লগতে পঢ়ক: Watch | Titabar flood:তিতাবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত নাওপেটা কুমাৰভেটি অঞ্চলত বানৰ তাণ্ডৱ