Watch | Koliabor news: কলিয়াবৰত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মান দাবী সমিতিৰ মুকলি সভা

কলিয়াবৰ: কলিয়াবৰৰ পৰা নুমলীগঁড়লৈকে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মানক লৈ পুনৰ সৰৱ হৈছে স্থানীয় ৰাইজ,জাতীয় দল সংগঠন কে ধৰি ফ’ৰ লেন দাবী সমিতিৰ। চৰকাৰে স্থিতাবস্থাৰ বিপৰীতে ৰাষ্ট্ৰীয় ঘাইপথতো চাহ বাগিচা,জলাশয়ৰ ,কৃষিভূমিৰ বিনষ্ট কৰি ৰাষ্ট্ৰীয় ঘাইপথতো অন্য দিশেৰে নিয়াৰ চৰকাৰৰ জন বিৰোধী পদক্ষেপৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ স্থানীয় ৰাইজ,দল সংগঠনে আৰু ফ’ৰ লেন দাবী সমিতিৰ।
কলিয়াবৰৰ জখলাবন্ধা মিলন সংঘত অনুষ্ঠিত হয় বিশাল প্ৰতিবাদী সভা। সভাত দল সংগঠনৰ এটাই দাবী যে কোনোপধ্যেই প্ৰস্তাৱিত স্থিতাবস্থাৰ বিপৰীতে অন্য দিশেৰে নিবলৈ দিয়া নহব ফ’ৰ লেন। সভাত সদৌ অসম ছাত্ৰ সন্থা,AJYCP কে ধৰি কলিয়াবৰৰ বিশিষ্ট লোক সকলে অংশগ্ৰহণ কৰে।
লগকে পঢ়ক : Watch | Himanata biswa sarama: ‘উচ্ছেদ চলি আছে চলি থাকিব’-মুখ্যমন্ত্ৰী