Local, Vocal, Global

Watch | Journalist protest in Dhemaji : সাংবাদিক মাধুৰ্য শইকীয়াক বৰ্বৰ আক্ৰমণৰ ঘটনাক ন্যায় বিচাৰি উত্তাল প্ৰতিবাদ ধেমাজিত

ধেমাজি: ধেমাজি জিলা সদৰত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ নিউজৰ চেনেলৰ সাংবাদিক উপস্থিত হৈ সতীৰ্থ সহায় ন্যাসৰ উদ্যোগত জাতীয় আৰু জনগোষ্ঠীয় দল সংগঠনৰ সহযোগত
ৰাজ্যত বিভিন্ন সময়ত সাংবাদিক আক্ৰমণ ঘটনাৰ লগতে ধেমাজিৰ ডিমৌত নিউজৰ সাংবাদিক মাধুৰ্য শইকীয়াক তিনিদিন পূৰ্বে আক্ৰমণ কৰাৰ ঘটনা লগত জড়িত দুৰ্বৃত্তক আটক কৰি শাস্তি প্ৰদান কৰিবলৈ দাবী জনাই ।
লগতে আজি প্ৰতিবাদ স্থলীৰ পৰা সাংবাদিক আক্ৰমণ কৰাৰ দুৰ্বৃত্তক অতি সোনকালে আটক কৰি শাস্তি প্ৰদান নকৰিলে জংগী আন্দোলন গঢ়ি তুলাৰো হুংকাৰ প্ৰদান কৰে সাংবাদিকসকলে ।

লগতে পঢ়ক : Watch | CM Sharma has opened up about the context of GunGun Chetia: গুণগুণ চেতিয়াৰ প্ৰসংগক লৈ পোন প্ৰথম বাৰৰ বাবে মুখ খুলিছে মুখ্যমন্ত্ৰী শৰ্মাই