Daily Horoscope for 30th June : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আপুনি লʼৰা-ছোৱালীৰ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ বন্ধুৰ লগত পার্টি হʼব পাৰে ৷ প্রতিযোগিতা বা অধ্যয়নত ভাগ ল’ব পাৰে ৷ অধিক পেশাদাৰী কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব, লক্ষ্য সফল হʼব ৷
বৃষ ৰাশি : কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব, লক্ষ্য সফল হʼব ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব ৷ প্ৰশংসা লাভ হʼব ৷ নতুন ব্যৱসায় বিচাৰ হʼব পাৰে ৷ ব্যৱসায় লক্ষ্যত সফল হʼব, ব্যৱসায় বৃদ্ধিত লাভ হʼব ৷ টকা-পইচা নিশ্চিত হʼব ৷ আজি আপোনাৰ প্ৰায় ভাল হʼব ৷
মিথুন ৰাশি : আপোনাৰ শান্ত বা মধুৰ ভাষ্যই আনক উৎসাহিত কৰিব ৷ আজি ধ্যান বা যোগ কৰাৰ প্রয়োজন ৷ তেতিয়া প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ হানিকাৰক আলোচনা পৰচৰ্চালৈ পৰিণত হ’ব পাৰে ৷ নিন্দা আৰু নিৰুৎসাহিত, পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত ৷ পৰক বিচাৰ নকৰিব, তেহে আপোনাৰো বিচাৰ কৰা নহ’ব ৷
কৰ্কট ৰাশি : আজি আপুনি ব্যৱসায় বিধিত অধিক ব্যস্ত হʼব পাৰে ৷ আপুনি কর্মত ব্যস্ত থকাৰ ফলত আপোনাৰ ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব ৷ আপুনি নিৰুৎসাহিত হৈ পৰিব পাৰে, কাৰ্য-কর্ম প্ৰভাৱান্বিত হʼব ৷ পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ কন্যা-শিশুৰ অসফলতাৰ বাবে নিৰুৎসাহিত হৈ পৰিব পাৰে ৷
সিংহ ৰাশি : নিজৰ মনৰ শুনিব ৷ প্ৰেম সম্পর্কৰ মনোযোগ দিব ৷ চৰকাৰী প্ৰকল্পত সফল হʼব ৷ নতুন ব্যৱসায় কৰিব, সফল হʼব ৷ নতুন ব্যৱসায় বিচাৰ হʼব পাৰে, দীৰ্ঘসময় লাভ দিব ৷
কন্যা ৰাশি : হতাশ নহ’ব, পুনৰ চেষ্টা কৰিব ৷ আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব ৷ ধৈৰ্যশীল হওক লাভবান হ’ব ৷ পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ কন্যা-শিশুৰ অসফলতাৰ বাবে নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ নিন্দা আৰু নিৰুৎসাহিত, পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত ৷ তথাপিও আপোনাৰ প্ৰায় ভাল হʼব ৷
তুলা ৰাশি : ঈশ্বৰে তেওঁৰ প্ৰেমৰ প্ৰমাণ দিব ৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব আৰু বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাটো ভাল হʼব ৷ আপোনাৰ নতুন শিক্ষা অধ্যয়ন কৰিবলৈ ইচ্ছা হʼব পাৰে ৷
বৃশ্চিক ৰাশি : কর্মত ব্যস্ত থকাৰ ফলত বন্ধুবৰ্গ লগত আৰু ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব ৷ কার্য-কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব, লক্ষ্য সফল হʼব ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব ৷
ধনু ৰাশি : আজি আপুনি ব্যৱসায় বিধিত অধিক ব্যস্ত হʼব পাৰে ৷ আপুনি কর্মত ব্যস্ত থকাৰ ফলত আপোনাৰ ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব ৷ আপুনি নিৰুৎসাহিত হৈ পৰিব পাৰে, কাৰ্য-কর্ম প্ৰভাৱান্বিত হʼব ৷ কার্য জীৱন ভাল হʼব ৷ কৰ্ম জীৱন ভাল আৰু বন্ধুত্বপূৰ্ণ হʼব ৷
মকৰ ৰাশি : খৰচ বৃদ্ধি হʼব পাৰে ৷ সৰু যাত্রা বা ঔষধ কিনা খৰচ বৃদ্ধি হʼব পাৰে ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাত সফল হʼব ৷ এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷
কুম্ভ ৰাশি : বিবাহিতসকলৰ বাবে এক ভাল দিন ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে ৷ পৰিয়ালৰ লগত নৈশ আহাৰ ভাল হʼব ৷ আনন্দময় হʼব ৷ আপোনাৰ প্ৰায় ভাল আৰু আনন্দময় দিন হʼব ৷
মীন ৰাশি : আজি আপোনাৰ আশাৰ আৰু আনন্দৰ দিন হʼব ৷ পুৰণি কৰ্ম সফল হʼব ৷ আপুনি লোকৰ পুৰণি বিবাদ শেষ কৰিব ৷ আপুনি প্ৰায় সফল হʼব ৷