Watch | AAMSU Protest: ‘কণ কণ ল’ৰা-ছোৱালীৰ ভৱিষ্যত শেষ কৰি পেলাইছে হিমন্ত চৰকাৰে’

নিউজ ডেস্ক: গোৱালপাৰাৰ উচ্ছেদক লৈ ৰাজপথলৈ নামি আহিল আমছু ।
ৰাজ্যত চলি থকা উচ্ছেদৰ বিৰুদ্ধে ভিন্ন প্ৰান্তত আমছুৰ তীব্ৰ প্ৰতিবাদ ।
হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদত বহিল আমছু।
‘এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিছে উচ্ছেদিতই’
‘কণ কণ ল’ৰা-ছোৱালীৰ ভৱিষ্যত শেষ কৰি পেলাইছে হিমন্ত চৰকাৰে’
‘উচ্ছেদিতক অমানৱীয়ভাৱে অত্যাচাৰ কৰা হৈছে’
‘পুনঃসংস্থাপন নিদিয়াকৈ কি অসম যুক্তিত উচ্ছেদ চলোৱা হ’ল’
‘বাছি বাছি সংখ্যালগঘুৰক কৰা উচ্ছেদ বন্ধ কৰক’
ভয়াৱহ আন্দোলনেৰে অসম কঁপাব আমছুৱে
‘মুছলমানক টার্গেট কৰি অত্যাচাৰ চলাইছে হিমন্ত চৰকাৰে’
‘মুছলমানক হাৰাশাস্তি কৰা ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব হিমন্ত চৰকাৰ’
হুংকাৰ আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ ।