Local, Vocal, Global

Watch | Dibrugarh News: ডিব্ৰুগড়ত অসম সাহিত্য সভাৰ বিষয়ববীয়া সকলক সম্বদ্ধনা অনুষ্ঠান

ডিব্ৰুগড়: অসম সাহিত্য সভাৰ সভাপতি ড0 বসন্ত কুমাৰ গোস্বামী আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰাৰ উপস্থিতিত ডিব্ৰুগড়ত অসম সাহিত্য সভাৰ বিশেষ অনুষ্ঠানত ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক হিচাপে ডা: শান্তনু লহকৰ ,সুনীল গুৰুঙক সাংগঠনিক সম্পাদক আৰু প্ৰশান্ত শইকীয়াক কুঁহি আহ্বায়ক হিচাপে দায়িত্ব প্ৰদান কৰে।