Watch | Himanata biswa sharma: ৰাজ্যৰ অবৈধভাৱে দখল কৰা ভূমিত চলিব প্ৰশাসনৰ উচ্ছেদ
নিউজ ডেস্ক: ৰাজ্যৰ অবৈধভাৱে দখল কৰা ভূমিত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান ।
অসমৰ সত্ৰৰ ১৫,২৮৮.৫২ বিঘাতকৈও অধিক ভূমি অবৈধভাৱে দখল ।
সত্ৰৰ ভূমি বেদখলমুক্ত কৰিবলৈ চৰকাৰ-প্রশাসনে চলাব বুলড’জাৰ ।
সামাজিক মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্রী হিমন্তবিশ্ব শর্মাই জনালে এই কথা ।
‘আমাৰ স্বাভিমান সত্ৰসমূহ অতি বৃহৎ সংকটৰ সন্মুখীন হৈছে’ ।
‘অসমৰ সত্ৰৰ ১৫,২৮৮.৫২ বিঘাতকৈও অধিক ভূমি অবৈধভাৱে দখল কৰিছে বেদখলকাৰীয়ে’ ।
‘বৰপেটা জিলাৰ ৭,১৩৭ বিঘা ভূমি বেদলকাৰীয়ে হস্তগত কৰে’ ।
‘একেদৰে বজালী, নগাঁও, লখিমপুৰ, ডিব্ৰুগড়, কামৰূপ, বঙাইগাঁও ।
‘ মাজুলী আৰু ধুবুৰী জিলাত বেদখলকাৰীয়ে অধিক হাৰত ভূমি দখল কৰিছে’ ।
মুখ্যমন্ত্রী হিমন্তবিশ্ব শর্মাই প্ৰকাশ কৰিলে ভয়ংকৰ তথ্য ।