Local, Vocal, Global

WATCH | Erosion in Dibrugarh : চাবুৱা বালিজানত ভয়ংকৰ গৰাখহনীয়া

ডিব্ৰুগড়,১০জুন : ডিব্ৰুগড় জিলাৰ চাবুৱা বালিজানত ভয়ংকৰ গৰাখহনীয়া।

নিদ্ৰা হৰণ কৰিছে স্থানীয় বাসিন্দাৰ(Erosion in Dibrugarh)।

শতিকাৰ অন্যতম ভয়ংকৰ গৰা খহনীয়াত জাহ গৈছে নিমিষতে সকলো।

লগতে পঢ়ক: WATCH | Dalgaon News : এইবাৰ পানীত মাছ বিচাৰি নহয়, ডিজেল তেল বিচাৰি ৰাইজৰ হেতাওপৰা