Local, Vocal, Global

WATCH | Dalgaon News : এইবাৰ পানীত মাছ বিচাৰি নহয়, ডিজেল তেল বিচাৰি ৰাইজৰ হেতাওপৰা

দলগাঁও,১০জুন : এইবাৰ পানীত মাছ বিচাৰি নহয়, এইবাৰ পানী ডিজেল তেল বিচাৰি ৰাইজৰ হেতাওপৰা।

এই দৃশ্য হৈছে দলগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ খালৰ দৃশ্য। লিটাৰে লিটাৰে উঠাইছে ৰাইজে ডিজেল(Dalgaon News)।

উল্লেখ্য যে, দৰঙৰ দলগাঁৱত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দলগাঁও ইন্ডাষ্ট্ৰীৰ সন্মুখত AS-16AC-2627 নম্বৰৰ তীব্ৰবেগী ডিজেল তেলৰ টেংকাৰ এখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰে৷ তাৰ পাছতে ৰাইজে পানীত ডিজেল বিচাৰি হেতা ওপৰা লগাইছে ৷

লগতে পঢ়ক : WATCH| Road Accident : দৰঙৰ দলগাঁৱত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা